ফেব্রুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্ৰী মোদী

ফেব্রুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্ৰী মোদী। বিনিয়োগকাৰী, আন্তঃগাঁথনি সন্মিলনত অংশ ল’ব মোদীয়ে। দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি আমন্ত্রণ মুখ্যমন্ত্রীৰ। অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব এই সন্মিলন। বিশাল ঝুমুৰ নৃত্য প্রদৰ্শনলৈও প্রধানমন্ত্ৰী মোদীক আমন্ত্রণ। ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ সন্দৰ্ভতো প্রধানমন্ত্ৰীৰে আলোচনা। দিল্লীত কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রীকো সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। বিনিয়োগ-আন্তঃগাঁথনি সন্মিলনলৈ আমন্ত্রণ এছ জয়শংকৰক। দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলকো সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। দিল্লীত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্র মাৰ্ঘেৰিটাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...