ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত মোদীৰ বিশেষ বৈঠক

যুদ্ধজৰ্জৰ ইউক্ৰেইনত আবদ্ধ বহু ভাৰতীয়। ইউক্ৰেইনৰ পৰা ভাৰতীয়ক উদ্ধাৰৰ বাবে তীব্ৰ গতিত চলিছে অপাৰেশ্যন গংগা।

ইউক্ৰেইনৰ পৰা পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিশেষ বৈঠক। বৈঠকত উপস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা অজিত ডোভাল। উপস্থিত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...