ৰাজনীতিৰ পথাৰত ক্লীন ব’ল্ড হ’ল ইমৰান খান!

  • ৰাজনীতিৰ পথাৰত ক্লীন ব’ল্ড হ’ল ইমৰান খান
  • পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত ইমৰান খান
  • পাকিস্তানৰ সংসদত অনাস্থা ভোটত মুখথেকেচা
  • নিশা ১২.৩০ বজাত অনুষ্ঠিত হৈছিল অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ
  • ভোটগ্ৰহণ বৰ্জন ইমৰান খানৰ দল পিটিআইৰ
  • এতিয়াৰে পৰা বিনা অনুমতিত দেশ এৰিব নোৱাৰিব ইমৰান খানে
  • পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ
  • ১১ এপ্ৰিলত হ’ব শ্বৰিফৰ শপতগ্ৰহণ
  • পাকিস্তানৰ সংসদত অনাস্থা প্ৰস্তাৱৰ জৰিয়তে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী ইমৰান খান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...