অন্যান্য

আমলখি সকলোৰে বাবে ভাল নে? কিবা সমস্যাত ভুগিব পাৰে নেকি?

বছৰৰ সকলো সময়তে আমলখি হৈছে এবিধ উপকাৰী ফল। সমান্তৰালভাৱে বিশেষজ্ঞসকলে কিছু লোকক আমলখি খোৱাৰ পৰা বিৰত থাকিবলৈও উপদেশ দিয়ে। আমলখিয়ে ছাল আৰু চুলিৰ পৰা...

কিদৰে শৰীৰত হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি কৰিব?

হিম'গ্লবিন শৰীৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ উপাদান। এই উপাদানৰ কাৰণেই তেজৰ ৰং ৰঙা হয়। বিশ্বত বহু লোকে হিম'গ্লবিনৰ অভাৱত ৰক্তহীনতাত ভোগে। কিন্তু কিছুমান খাদ্য নিয়মিত...

মৃত্যুৰ পূৰ্বে এজন ৰোগীক ৰখা হয় লাইফ ছাপৰ্টত, কি এই লাইফ ছাপৰ্ট?

আমাৰ শৰীৰটো এটা জটিল যন্ত্ৰৰ দৰে। শৰীৰৰ কিছুমান অংগৰ কাম ইমান গুৰুত্বপূৰ্ণ যে যদি তেওঁলোকে কাম কৰা বন্ধ কৰে, এজন মানুহ জীয়াই থাকিব নোৱাৰে।...

INS ছালকি, প্ৰতিৰক্ষা খণ্ডত সংযোজন হৈছিল ন অধ্যায়ৰ

প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত আজিৰ দিনটোতে সূচনা হৈছিন নতুন দিগন্তৰ। ১৯৯২ চনৰ আজিৰ দিনটোতে প্ৰথমখন দেশীয়ভাবে নিৰ্মিত চাবমেৰিন INS ছালকি ভাৰতীয় নৌবাহিনীত অন্তৰ্ভুক্ত কৰা...

সুৰাপায়ীৰ ভুলত টুকুৰা টুকুৰ মিউজিয়ামৰ ২ হাজাৰ বছৰ পুৰণি ফুলদানি

বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ কাহিনী। ব্ৰিটিছ সংগ্ৰহালয়ত ৰখা ২ হাজাৰ বছৰ পুৰণি ফুলদানি সুৰাপায়ীৰ ভুলত ভাঙি পৰিছিল। ১৮৪৫ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সংগ্ৰহালয়ত ৰখা মূল্যৱান...

Popular