সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক। বৰ্তমানেও সুৰংগৰ ভিতৰতে আবদ্ধ শ্ৰমিককেইজন।

এই ঘটনা সংঘটিত হৈছে তেলেংগানাত। সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক। সুৰংগত পানী জমা হোৱাৰ বাবে উদ্ধাৰ অভিযান ব্যাহত। যোৱা ৫ বছৰ ধৰি চলি আছে সুৰংগ নিৰ্মাণৰ কাম। কৃষ্ণা নৈৰ পানী নালগন্দা জিলালৈ বোৱাই নিয়াৰ বাবে নিৰ্মাণ কৰি থকা হৈছিল এই সুৰংগ। নাগৰকুৰ্নুল জিলাৰ শ্ৰীছেইলাম লেফ্ট বেংক কেনেলত এই দুৰ্ঘটনা। ঘটনাৰ ২৪ ঘণ্টাৰ পাছতো উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ শ্ৰমিকক NDRFৰ উদ্ধাৰকাৰী দলে নিৰন্তৰ চলাই আছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...