ধৰ্মপ্ৰাণ মহিলা নিলীমা হাজৰিকাৰ বিয়োগ

0 51

আজি সন্ধিয়া প্ৰায় ৫ বজাত নাওবৈচাৰ যুৱ নেতা, অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাৰ মাতৃ তথা লখিমপুৰৰ ধৰ্মপ্ৰাণ মহিলা নিলীমা হাজৰিকাই মহানগৰীৰ হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল লখিমপুৰৰ সৰবৰহী মহিলা হিচাপে পৰিচিত প্ৰয়াত নিলীমা হাজৰিকা।

Leave A Reply

Your email address will not be published.