ৰাষ্ট্ৰীয়

নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছত এইকেইটা কাম কৰিব নোৱাৰিব

ভাৰতীয় নিৰ্বাচন আয়োগ ১) নিৰ্বাচন দিন ঘোষণা হোৱাৰ পিছত প্ৰাৰ্থীয়ে আৰ্থিক অনুদান ঘোষণা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।২) চৰকাৰে নতুন প্ৰকল্প আৰম্ভ কৰিব নোৱাৰে বা...

‘এক দেশ, এক নিৰ্বাচন’

‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় প্ৰতিবেদন দাখিলৰাষ্ট্ৰপতিৰ ওচৰত প্ৰতিবেদন দাখিল ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীৰএকেলগে লোকসভা, বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শনিৰ্বাচনৰে জড়িত সাংবিধানিক-আইনী সমস্যা পৰীক্ষা...

OTT প্লেটফৰ্মত অশ্লীল সমল সন্নিৱিষ্ট কৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ একাধিক সতৰ্কবাণীৰ পিছতো অশ্লীল আৰু অশোভনীয় সমল ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত ১৮ টা ‘অ'টিটি প্লেটফৰ্ম’ক অৱৰোধিত কৰা হৈছে। ১৯টা ৱেবছাইট, ১০টা এপ্, অ'টিটি...

ৰমজান উপলক্ষে অনুৰাগীলৈ ছলমানৰ উপহাৰ

১২ মাৰ্চৰ পৰা অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ। ৰমজান মাহ উপলক্ষে অনুৰাগীলৈ বিশেষ উপহাৰ বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ।...

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উছাহ

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া উছাহ। কিয়নো জোনৰ ওপৰত ভিত্তি কৰি মঙলবাৰৰ পৰা আৰম্ভ হ'ল পৱিত্ৰ ৰমজান মাহ। বিশ্ব শান্তিৰ হকে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানৰ ওৰেটো...

Popular