ৰাষ্ট্ৰীয়

মিছিং স্বায়ত্তশাসিত পৰিষদক কি আহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী, ২২ জুন, NKTV: কৃষি, উদ্যান শস্য আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদনত অগ্রণী ভূমিকা ল’বলৈ মিছিং স্বায়ত্তশাসিত পৰিষদক মুখ্যমন্ত্ৰীৰ আহ্বান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ধেমাজি জিলাৰ...

কান্তা প্ৰসাদৰ আত্মহননৰ চেষ্টা! পুনৰ বিপদত গৌৰৱ ৱাছন

YouTuberগৌৰৱ ৱাছনৰ বিৰুদ্ধে "বাবা কা ধাবা"ৰ মালিক কান্তা প্ৰসাদৰ ধন আত্মসাতৰ অভিযোগআৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্যগৌৰৱ ৱাছনক ক্ষমা বিচাৰিও গোচৰ উঠাই লোৱা নাছিল...

বলীউডৰ চেলিব্ৰিটি সকলে কি দৰে উদযাপন কৰিলে পিতৃ দিৱস

গুৱাহাটী, ২০ জুন, NKTV:আজি সমগ্ৰ বিশ্বই পিতৃ দিৱস উদযাপন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা এই দিনটো পিতৃ বা পিতৃৰ ব্যক্তিত্বৰ গুৰুত্বৰ ওপৰত প্ৰতিফলিত হোৱা বুলি...

কেন্দ্ৰীয় কেবিনেটত ‘সৰ্বা’ IN, ‘তেলী’ OUT!

গুৱাহাটী, ১৯ জুন, NKTV: কি হ’ব সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ? হাইকমাণ্ডৰ তলব পাই বৃহস্পতিবাৰৰ পৰা দিল্লীত বাহৰ পাতি আছে সৰ্বানন্দ সোণোৱাল। অসমৰ মুখ্যমন্ত্ৰিত্বৰ পদ হিমন্ত বিশ্ব...

এই ৫টা কাম ৩০ জুনৰ ভিতৰত নকৰিলে ভৰিব লাগিব জৰিমনা

গুৱাহাটী, ১৯ জুন, NKTV: যদিও আপোনাৰ বহু কাম কৰ'না মহামাৰীৰ বাবে সম্পন্ন হোৱা নাই, কিন্তু কিছুমান এনে কাম আছে যিবোৰ আপুনি এই মাহতে কৰি থ'ব...

Popular