ৰাষ্ট্ৰীয়

টুইটাৰ, ইউটিউব, ফেচবুকে মানি চলিব লাগিব ভাৰতীয় সংবিধান, আইন-কানুন!

তথ্য প্ৰযুক্তি বিধিত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সংশোধনটুইটাৰ,ফেচবুক, ইউটিউবসহ বিভিন্ন ইণ্টাৰমিডিয়াৰীলৈ নিৰ্দেশনাইণ্টাৰমিডিয়াৰীসমূহে মানি চলিব লাগিব ভাৰতীয় সংবিধান,আইন-কানুনইণ্টাৰমিডিয়াৰীৰ ব্লক, ছাছপেন্সনত ক্ষতিগ্ৰস্ত হোৱাসকললৈ সুযোগব্লক–ছাছপেন্সনত অসুবিধাৰ সন্মুখীন হোৱা...

কেৱল চেণ্ডউইচ! ছিডনীত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত প্ৰদান কৰা খাদ্যক লৈ সন্তুষ্ট নহয় টীম ইণ্ডিয়া। পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত নেডাৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া মেচৰ বাবে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত...

ঋষি সুনাকৰ বিষয়ে ৯টা নজনা কথা

ব্ৰিটিছ ৰাজনীতিৰ ইতিহাসত এক বৈপ্লৱিক পৰিৱৰ্তন আনি দেশখনৰ প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ঋষি সুনাক। ৪২ বছৰীয়া ঋষিয়ে অহা ২৮ অক্টোবৰত ব্ৰিটেইনৰ...

সকলোৰে সন্মুখতে বিজেপিৰ মন্ত্ৰীয়ে চৰিয়ালে মহিলাক!

সকলোৰে সন্মুখতে এগৰাকী মহিলাক চৰিয়ালে মন্ত্ৰীয়ে। ভূমি বিবাদক লৈ কৰ্ণাটকৰ মন্ত্ৰী ভি সোমন্নাই প্ৰহাৰ কৰিলে এগৰাকী মহিলাক। ঘটনা চমাৰাজনগৰ জিলাৰ গুণ্ডলুপেটৰ হাংগালা গাঁৱৰ। ভূমি...

চন্দ্ৰযান-২ৰ পিছত এইবাৰ চন্দ্ৰযান-৩

চন্দ্ৰযান-২ৰ আংশিক বিপৰ্যয়ৰ পিছত এইবাৰ চন্দ্ৰযান-৩ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’। অহা বছৰৰ জুনত ইছৰ’ৱে উৎক্ষেপণ কৰিব চন্দ্ৰযান-৩। দেওবাৰে এই...

Popular