ৰাষ্ট্ৰীয়

দিঠকত পৰিণত নীৰজ চোপ্রাৰ আন এক সপোন

টকিঅ' অলিম্পিকৰ পৰা ঐতিহাসিক স্বর্ণ পদক কঢ়িয়াই অনা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাৰ আন এটা সপোন দিঠকত পৰিণত হৈছে। জেভলিন থ্ৰোত ভাৰতৰ প্ৰথমটো অলিম্পিক পদক...

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল। ভূপেন্দ্ৰ পেটেলে বিজয় ৰুপানীৰ ঠাইত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। কেন্দ্ৰীয় পৰ্যবেক্ষক নৰেন্দ্ৰ...

তালিবান চৰকাৰ : প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে

তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ পৰিস্থিতিক লৈ প্রথমবাৰৰ বাবে বিবৃতি প্রকাশ কৰিলে ভাৰতে। অষ্ট্রেলিয়াৰ বিত্তমন্ত্রী আৰু প্রতিৰক্ষা মন্ত্রীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্রীয়...

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীৰ পদত্যাগ

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে পদত্যাগ কৰিছে, যাৰ ফলত গুজৰাটত ৰাজনৈতিক পট পৰিৱৰ্তনৰ পথ প্ৰশস্ত হৈছে য'ত শাসনাধিষ্ঠিত বিজেপিয়ে অহা বছৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ সন্মুখীন...

চন্দ্ৰপৃষ্ঠত সম্ভেদ ওলাল বৰফ আৰু পানীৰ

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদচন্দ্ৰপৃষ্ঠত আছে বৃহৎ শিলাখণ্ড আৰু আগ্নেয়গিৰিISRO-এ প্ৰকাশ কৰিছে এই তথ্যচন্দ্ৰযান ২-এ চন্দ্ৰপৃষ্ঠৰ গৱেষণা কৰি ISROলৈ পঠাইছিল ডাটাচন্দ্ৰযান ২-এ ১০০ কিঃ...

Popular