ৰাষ্ট্ৰীয়

কেন্দ্ৰত তৃতীয়বাৰলৈ মোদী চৰকাৰৰ ইংগিত অ’পিনিয়ন প’লত

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো অ'পিনিয়ন প'লTIMES NOW আৰু ETGৰ অ'পিনিয়ন প'লত বিজেপি চৰকাৰৰ ইংগিতকেন্দ্ৰত তৃতীয়বাৰলৈ মোদী চৰকাৰৰ ইংগিত অ'পিনিয়ন প'লতI.N.D.I.A মিত্ৰজোঁটে ২০০খন আসনৰ তলত...

লোকসভাৰ দৰ্শকৰ গেলেৰীৰ পৰা জঁপিয়াই সদনৰ মজিয়াত প্ৰৱেশ ২ যুৱকৰ

সংসদ ভৱনত আক্ৰমণৰ বৰ্ষপূৰ্তিত পুনৰ লোকসভাৰ নিৰাপত্তাত খুঁতলোকসভাৰ দৰ্শকৰ গেলেৰীৰ পৰা জঁপিয়াই সদনৰ মজিয়াত প্ৰৱেশ ২ যুৱকৰসংসদ ভৱনৰ বাহিৰতো মহিলাসহ দুজনৰ প্ৰতিবাদ, দিছিল শ্ল’গানকটকটীয়া...

জম্মু-কাশ্মীৰত বলৱৎ হ’ব ভাৰতীয় সংবিধান

জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধানেই বলৱৎ হ’ব। ২০১৯ বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে জন্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ দল সংগঠন।...

ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ গুপ্তধনৰ পাহাৰ

টকা গণি গণি ভাগৰিছে অৰ্ধশতাধিক কৰ্মচাৰীঅহৰহ চলি আছে ২৫ টকা গণা মেচিন৩৫৩ কোটি টকা গণনা শেষ হৈছে... কংগ্ৰেছৰ ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ওড়িশাৰ গুপ্তধনৰ...

নেহৰুৰ ঐতিহাসিক ভুলৰ বাবে ভাৰতে হেৰুৱাবলগীয়া হৈছিল PoK

‘পাক অধিকৃত কাশ্মীৰ (PoK) আমাৰ হয়’লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যশ্বাহৰ মন্তব্যৰ পিছতে দেশৰ ৰাজনীতি উত্তালজম্মু-কাশ্মীৰ বিধানসভাত PoKৰ বাবেও সংৰক্ষিত ২৪খন আসন কাশ্মীৰক লৈ আমি...

Popular