ৰাষ্ট্ৰীয়

ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে ভাৰতে! লণ্ডনৰ পৰা এই ঘোষণা মোদী আৰু ষ্টাৰমাৰৰ

মুক্ত বাণিজ্য চুক্তিৰ ঘোষণা হ’ব পাৰে বুলি আগতীয়াকৈ আভাস পোৱা গৈছিল। সেইটোৱেই সঁচা হ’ল। ভাৰতে ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিলে। বৃহস্পতিবাৰে লণ্ডনৰ...

৩০০ কোটি টকাৰ ঋণৰ বাবে ৬৪ কোটি টকাৰ উৎকোচ! ICICI বেংকৰ প্ৰাক্তন CEOক দোষী সাব্যস্ত

উৎকোচ লোৱাৰ অভিযোগত দোষী সাব্যস্ত হৈছে ICICI বেংকৰ প্ৰাক্তন CEO চন্দা কোচাৰ। ভিডিঅ’কন গোষ্ঠীক অবৈধভাৱে ৩০০ কোটি টকাৰ ঋণ প্ৰদান কৰাৰ অভিযোগ আছিল তেওঁৰ...

বাৰে বাৰে আঘাত পাইছে টীম ইণ্ডিয়াৰ খেলুৱৈয়ে; ধোনীয়ে দিলে সমস্যাৰ সমাধান

৪৪ বছৰ বয়সতো মহেন্দ্ৰ সিং ধোনীয়ে IPL খেলি আছে। ১৫ বছৰৰ আন্তৰ্জাতিক কেৰিয়াৰত খুব কম সময়হে আঘাতৰ বাবে তেওঁ খেলপথাৰৰ বাহিৰত থাকিবলগীয়া হৈছে। কেইবছৰমান...

চীনৰ আগ্ৰাসন ৰোধৰ বাবে লাডাখৰ LoCত নিৰ্মাণ হৈ আছে নতুন পথ

পশ্চিমত দৃশ্যমান পাক অধিকৃত গিলগিট-বালটিস্তানৰ কাৰাকোৰাম পৰ্বতশৃংখল। দূৰৈত ভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখা (লাইন অৱ একচুৱেল কণ্ট্ৰ’ল বা এলঅ’চি)। তাৰ মাজতে সমুদ্ৰপৃষ্ঠৰ পৰা ১৬ হাজাৰ ফুট...

২০২৬ চনৰ ভিতৰত সলনি হ’ব ভাৰতীয় সেনাৰ অপাৰেশ্যন চিষ্টেম; ড্ৰ’নৰ পৰা আৰম্ভ কৰি স্মাৰ্ট ৱাৰ ৰুমলৈকে সকলোতে প্ৰৱেশ কৰিব AI

‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছৰ সময়ত সামৰিক প্ৰযুক্তিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দিছে ভাৰতীয় সেনাই। কেইবাটাও ক্ষেত্ৰত দ্ৰুতগতিত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰম্ভ...

Popular