ঐতিহাসিক নামতিপুল বন্ধ কৰিলে ৰাইজে, কিন্তু কিয়?

বন্ধ কৰিলে ঐতিহাসিক নামতিপুল। লোকনিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে নামতিপুল ধ্বংস হোৱাৰ অভিযোগ আনি স্থানীয় লোকে যাতায়াত বন্ধ কৰি দিয়ে। নামতিপুলত বাঁহ বান্ধি ঐতিহাসিক পুলটো সংৰক্ষণ কৰিবলৈ ওলাই আহিল স্থানীয় লোক। যোৱা ৭ বছৰে নামতিপুলৰ বিকল্প এখন পকী দলং নিৰ্মাণ কৰিছিল যদিও লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে মুকলি হোৱা নাছিল। বিকল্প দলঙৰ নিৰ্মাণকাৰ্যত দুৰ্নীতিৰ বাবে যাতায়াত বন্ধ হৈ আছিল। স্থানীয় লোক আৰু জাতীয় দল-সংগঠনে বহুবাৰ নামতিপুল সংৰক্ষণ কৰি বিকল্প দলং সঠিকভাৱে নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল যদিও কেৰেপ কৰা নাছিল ঠিকাদাৰ আৰু লোকনিৰ্মাণ বিভাগে। যাৰ বাবে স্থানীয় লোকে সম্পূৰ্ণভাৱে যাতায়াত বন্ধ কৰি দিয়ে নামতিপুলৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কাজিৰঙাত ধনেশ পক্ষীৰ নান্দনিক পৰিৱেশে দৃষ্টি কাঢ়িছে সকলোৰে

কাজিৰঙাত ধনেশ পক্ষীৰ নান্দনিক পৰিৱেশে দৃষ্টি কাঢ়িছে সকলোৰে। কোৱা...

দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন লাভ

দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন লাভ। দ্বিতীয়টো গোচৰতো জামিন পালে...

তাচপাতৰ দৰে খহি পৰিল অট্টালিকা, ভয়াৱহ ভূমিকম্পত মুহূৰ্ততে শেষ সকলো

মুহূৰ্ততে শেষ সকলো। খহি পৰিল ইটোৰ পিছত সিটোকৈ সুবিশাল...

অসম ক্ৰিকেটৰ উত্তৰণ দেখি মই অভিভুত: ছৈৰাজ বহুতুলে

‘অসম ক্ৰিকেটৰ উত্তৰণ দেখি মই অভিভুত৷ মই অসমৰ হৈ...