জনতা ভৱনত সম্পন্ন কেবিনেট বৈঠকত একাধিক সিদ্ধান্ত

জনতা ভৱনত সম্পন্ন কেবিনেট বৈঠকত একাধিক সিদ্ধান্ত। সাগৰমালা আঁচনিৰ অধীনত ৫টাকৈ তীৰ্থস্থান ফেৰী সেৱাৰে সংযোগৰ সিদ্ধান্ত। বৰছলাত স্থাপন হ’ব ৫০ মেগাৱাটৰ ছ’লাৰ পাৰ্ক। ৰাজ্যৰ ৪৪লাখ পৰিয়ালৰ ঘৰত সংলগ্ন হ’ব বিদ্যুতৰ স্মাৰ্ট মিটাৰ।

  • জনতা ভৱনত কেবিনেট বৈঠক
  • মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল
  • সদৰী কৰিলে কেবিনেট বৈঠকৰ সিদ্ধান্ত
  • কেবিনেটত পৰ্যটন ক্ষেত্ৰৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • সাগৰমালা আঁচনিৰে ৫ তীৰ্থস্থান সংযোগৰ সিদ্ধান্ত
  • কামাখ্যা, অশ্বক্লান্ত, উমানন্দ লৈ ফেৰীৰ ব্যৱস্থা
  • পাণ্ডুনাথ আৰু দৌলগোবিন্দলৈও ফেৰীৰ ব্যৱস্থা
  • ফেৰীৰ জৰিয়তে তীৰ্থস্থান ভ্ৰমণৰ ব্যৱস্থা
  • ২০ মিনিটৰ অন্তৰে অন্তৰে উপলব্ধ হ’ব ফেৰী সেৱা
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এই সেৱা
  • কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • ৮ম শ্ৰেণী উত্তীৰ্ণই কাৰিকৰী শিক্ষা ল’লে সুবিধা
  • তেনে শিক্ষাৰ্থীয়ে পাব HSLC উত্তীৰ্ণৰ মৰ্যাদা
  • দশম উত্তীৰ্ণই পাব HSৰ উত্তীৰ্ণৰ মৰ্যাদা
  • বৰছলাত ৫০ মেগাৱাট ছ’লাৰ পাৰ্ক স্থাপনৰ সিদ্ধান্ত
  • জোখ-মাপ বিভাগক খাদ্য আৰু যোগান বিভাগৰে চামিল
  • ৪৪ লাখ লোকৰ ঘৰত সংলগ্ন হ’ব স্মাৰ্ট মিটাৰ
  • ইয়াৰ বাবে প্ৰয়োজন হ’ব ৫ হাজাৰ টেকনিচিয়ানৰ
NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...