অন্ত পৰিব নেকি ইমৰান খানৰ ৰাজনৈতিক কেৰিয়াৰ?

৫ বছৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ইমৰান খানে। পাকিস্তানৰ নিৰ্বাচন আয়োগে ইমৰান খানক অযোগ্য ঘোষণা কৰিছে। বিদেশী ৰাষ্ট্ৰপ্ৰধানে উপহাৰ দিয়া সামগ্ৰীসমূহ অবৈধভাবে বিক্ৰী কৰাৰ অভিযোগ। পাকিস্তানৰ মুখ্য নিৰ্বাচনী আয়ুক্ত চিকন্দৰ চুলতান ৰাজাৰ অধ্যক্ষতাত অনুষ্ঠিত ৪জনীয়া সদস্যৰ আয়োগে অযোগ্য ঘোষণা কৰে ইমৰান খানক।

আয়োগৰ এই ঘোষণাৰ সময়ত পঞ্জাৱ প্ৰদেশৰ কোনো সদস্য উপস্থিত নাছিল। আজি উপস্থিত থকা ৪জনীয়া সদস্যৰ সৰ্বসন্মতিক্ৰমে অযোগ্য ঘোষণা কৰে ইমৰান খানক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...