অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ, নিষিদ্ধ উত্তেজিত শ্লোগান!

১৪৪ ধাৰা জাৰি কৰা হৈছে। মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই ১৪৪ ধাৰা জাৰি কৰিছে। ১৪৪ ধাৰা বলৱৎ থকাৰ বাবে কি কি কৰিব নোৱাৰিব জিলাখনৰ আৱাসীয়ে?
১. অনুমতি অবিহনে শোভাযাত্ৰা/ ধৰ্ণা নিষিদ্ধ
২. অনুমতি লাউড স্পীকাৰ, মাইক্ৰফ’ন ব্যৱহাৰ নিষিদ্ধ
৩. আপত্তিজনক বাৰ্তা, শান্তি ভংগ কৰিব পৰা ভাষণ নিষিদ্ধ
৪. একক ইঞ্জিন যুক্ত নাঁৱত ক্ষমতাতকৈ অধিক বোজা কঢ়িওৱাত বাধা আৰোপ
৫. বান্ধবোৰ ধ্বংস অথবা ক্ষতি কৰাত বধা আৰোপ
৬. সামাজিক আৰু ভাষিক শান্তি ভংগ কৰিব পৰা।উত্তেজিত শ্লোগান নিষিদ্ধ
৭. যিকোনো ব্যক্তিৰ দ্বাৰা কৰা ধৰ্মীয়, ভাষিক তথা পৰস্পৰাগত সামাজক ক্ষতি কৰিব পৰা যিকোনো কাৰ্য নিষিদ্ধ
৮. দোষী বুলি সাব্যস্ত কৰিব পৰা ধৰণৰ পষ্টাৰ, বেনাৰ লগোৱা নিষিদ্ধ
৯. কোনো সুৰক্ষা নোহোৱাকৈ নদীলৈ যোৱা নিষিদ্ধ
১০. গৰখহনীয়াৰ সম্ভাৱনাযুক্ত ঠাইলৈ যোৱা নিষেধ
১১. শিশুবোৰক পানী বঢ়া ঠাইলৈ যোৱাত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...