ৰাজ্যৰ প্রশাসনিক ক্ষেত্রত ব্যাপক সালসলনি

  • IAS নাৰায়ণ কোঁৱৰক বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত দায়িত্ব
  • বিভাগটোৰ সচিব হিচাপে নিযুক্তি কোঁৱৰক
  • তিনিচুকীয়াৰ DC পি এন ছম্ভাজিক বিত্তৰ সচিব হিচাপে বদলি
  • বিত্তৰ সচিব স্বপ্নিল পলক তিনিচুকীয়াৰ DC হিচাপে বদলি
  • IAS জি ডি হেলিনক তিতাবৰৰ পৰা বদলি
  • বিত্তৰ উপ সচিব হিচাপে নিযুক্ত জি ডি হেলিন
  • IAS আৰ কে গুপ্তাক তিতাবৰলৈ বদলি
  • ৰাজ্যৰ গৃহ-ৰাজনৈতিক বিভাগৰ উপ সচিব আছিল গুপ্তা
  • IAS জে আৰ সুৰেশক ৰঙিয়াৰ পৰা বদল
  • GAD বিভাগৰ উপ সচিব হিচাপে নিযুক্ত জে আৰ সুৰেশ
  • কামৰূপ(মঃ)ৰ ADC, IAS জয় শিৱানীক বিশ্বনাথলৈ বদলি
  • IPS শিলাদিত্য চেতিয়াক গৃহ-ৰাজনৈতিক বিভাগৰ সচিব হিচাপে বদলি
  • ৪ৰ্থ APBNৰ কমাণ্ডিং অফিচাৰ আছিল শিলাদিত্য চেতিয়া
  • IPS গৌৰৱ উপাধ্যায়ক ASDMAৰ সঞ্চালক হিচাপে বদলি
  • অসম আৰক্ষীৰ বিশেষ শাখাৰ SP আছিল গৌৰৱ উপাধ্যায়
  • মাজুলীৰ উপায়ুক্ত পুলক মহন্তকো বদলি
  • যোৰহাটৰ নতুন উপায়ুক্ত হ’ব পুলক মহন্ত
  • ACS চৌভেৰী বৰকাকতি শৰ্মা হ’ব মাজুলীৰ নতুন উপায়ুক্ত
  • পূৰ্বে বজালীৰ SDO আছিল চৌভেৰী বৰকাকতি শৰ্মা
  • ACS পল্লৱী ফুকনক ধেমাজিৰ উপায়ুক্ত হিচাপে বদলি
  • ACS সীমান্ত কুমাৰ দাস হ’ব ডিমা হাছাওৰ নতুন উপায়ুক্ত
  • ACS বিদ্যুৎ বিকাশ দাস হ’ব দক্ষিণ শালমাৰাৰ নতুন উপায়ুক্ত
  • পূৰ্বে তামুলপুৰৰ SDO আছিল বিদ্যুৎ বিকাশ দাস
  • ACS মুনীন্দ্র নাথ নাটে হ’ব দৰঙৰ নতুন উপায়ুক্ত
  • পূৰ্বে বিশ্বানাথৰ SDO আছিল মুনীন্দ্র নাথ নাটে
NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...