মাৰ্ঘেৰিটাত হাতীৰ গচকত এজনৰ মৃত্যু

মাৰ্ঘেৰিটাত বন্যহস্তীৰ গচকত মৃত্যু হয় এজন লোকৰ। নিশা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ গচকত মাকুম কিল্লা বজালনী অঞ্চলৰ ৰাজীৱ গগৈ নামৰ লোকজনৰ মৃত্যু হয়। লোকজনে নিশা ঘৰৰ সন্মুখত জুই জ্বলাই পহৰা দি থকাৰ সময়তে হাতীটো দেখি পলাবলৈ চেষ্টা চলাই যদিও হাতীটোৱে তেওঁক আক্ৰমণ কৰে।

পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...