ব্ৰাজিলত হাহাকাৰ অৱস্থা! ভূমিস্খলনত নিহতৰ সংখ্যা ৯৪ জনলৈ বৃদ্ধি

ব্ৰাজিলত হাহাকাৰ অৱস্থা। ভূমিস্খলনত নিহতৰ সংখ্যা ৯৪ জনলৈ বৃদ্ধি। প্ৰৱল বৃষ্টিপাতৰ ফলত ভূমিস্খলনৰ বাবে প্ৰাণ হেৰুৱাইছে বহু লোকে। ৰিঅ’ জি জেনিৰঅ’ৰ পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হয় হাহাকাৰ অৱস্থা।

বান আৰু ভূমিস্খলনত বিধ্বস্ত অঞ্চলটো। ইয়াৰ পূৰ্বেও ২০১১ত বৰষুণৰ ফলত মৃত্যু হৈছিল শ শ লোকৰ। প্ৰাকৃতিক দুৰ্যোগে ভয়াৱহ ৰূপ লৈছে পাহাৰীয়া ঠাইখনত। বৰ্তমানেও আৱদ্ধ লোকৰ উদ্ধাৰৰ বাবে চলি আছে অভিযান। ৩০ দিনত হোৱা বৰষুণৰ সমান প্ৰৱল বৃষ্টিপাত হোৱা বাবে সৃষ্টি হয় ভয়াৱহ পৰিস্থিতিৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...