বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ খাদ্যত বিষক্ৰিয়া!

  • কামৰূপৰ বামুন্দীত সংঘটিত হয় খাদ্যৰ বিষক্ৰিয়াৰ ঘটনা।
  • বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰিছে ২০০ তকৈ অধিক লোক।
  • ইয়াৰে শতাধিক জন বৰ্তমানো চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত ।
  • অসুস্থ লোক সকলক ভৰ্ত্তি কৰা হৈছে শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত।
  • শংকৰ দাসৰ ভনীয়েকৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আহাৰ গ্ৰহণ কৰি অসুস্থ হৈ পৰে লোকসকল৷
  • অসুস্থ সকলৰ ভিতৰত আছে কেইবাজনো শিশু।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...