জনপ্ৰিয় অভিনেত্ৰী কাজললৈ অস্কাৰ সমিতিৰ সদস্যপদ

হিন্দী চলচিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী কাজললৈ আগবঢ়োৱা হৈছে অস্কাৰ সমিতিৰ সদস্যপদ। একাডেমী অব্ মোশ্যন পিকছাৰ আৰ্টছ এণ্ড ছাইন্সে এইটো বছৰত বিশ্বৰ যি ৩৯৭ গৰাকী বিশিষ্ট ব্যক্তিলৈ অস্কাৰ সমিতিৰ সদস্যপদ আগবঢ়াইছে, তাৰ ভিতৰত সোমাইছে কাজলৰ নাম।

কাজল হৈছে এইবাৰ অস্কাৰ সমিতিৰ সদস্যতাৰ প্ৰস্তাৱ পোৱা বলিউডৰ একমাত্ৰ ব্যক্তি। ইয়াৰ উপৰি ভাৰতীয় ছবিজগতৰ লগত জড়িত অন্য চাৰিগৰাকী ব্যক্তিলৈকো অস্কাৰ সমিতিৰ সদস্যতা আগবঢ়োৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...