এইবাৰ ৱেব চিৰিজত জয়া বচ্চন

গুৱাহাটী, ২৬ জুন, NKTV: এইবাৰ ৱেব চিৰিজৰ বাবে সাজু হৈ উঠিছে বৰ্ষীয়ান অভিনেত্ৰী জয়া বচ্চন। জানিব পৰা মতে SADABAHAR নামৰ এখন ৱেব চিৰিজত ভূমুকি মাৰিব অভিনেত্ৰীগৰাকীয়ে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৱেব চিৰিজখনৰ ছুটিঙৰ কাম আৰম্ভ হৈছে। যদিও মহামাৰী ক’ভিডৰ দ্বিতীয় ৱেভৰ বাবে স্তব্ধ হৈ পৰে ৱেব চিৰিজ SADABAHARৰ চিত্ৰগ্ৰহণ।

বৰ্তমান মহাৰাষ্ট্ৰত পৰিৱেশ কিছু সুস্থিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছু শিথিল কৰিছে ক’ভিড নীতি। যাৰ বাবে স্তব্ধ হৈ পৰা ৱেব চিৰিজ খনৰ চিত্ৰগ্ৰহণ পুনৰ আৰম্ভ হৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...