IPL ২০২২ত কোন খেলুৱৈয়ে লাভ কৰিলে অৰেঞ্জ আৰু পাৰ্পল কেপ?

দুমাহ ধৰি চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) অন্তত ১৫ সংখ্যক ছিজনে নিজৰ বিজয়ীক বিচাৰি পালে। এই ছিজনত টুৰ্ণামেণ্টত যোগদান কৰা দুটা নতুন দলৰ ভিতৰত গুজৰাট টাইটানছে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেলত ৰাজস্থান ৰয়েলছক তৃতীয়বাৰৰ বাবে পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ট্ৰফী লাভ কৰে।

অৱশ্যে, পৰাজয় বৰণ কৰাৰ পিছতো ৰাজস্থান ৰয়েলছ দুজন খেলুৱৈয়েই অৰেঞ্জ কেপ আৰু পাৰ্পল কেপ লাভ কৰিবলৈ সক্ষম হৈছে।

জছ বাটলাৰে লাভ কৰে অৰেঞ্জ কেপ আৰু যুজবেন্দ্র চাহালে লাভ কৰে পাৰ্পল কেপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...