আন্তঃৰাষ্ট্ৰীয়

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণত সুখী ইজৰাইল

ইৰাণত আমেৰিকাৰ আক্ৰমণত উৎফুল্লিত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনাই তেওঁৰ সুৰতেই তেওঁ ‘শান্তিৰ’ বাৰ্তা দিছে। কৈছে, “শক্তিৰ জৰিয়তেই শান্তি...

ট্ৰাম্পক নোবেল বঁটা প্ৰদান কৰিব লাগে বুলি কোৱাৰ দুদিনৰ ভিতৰতে কথা সলালে পাকিস্তানে

ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলাইছে আমেৰিকাই। এই আক্ৰমণৰ নিন্দা জনাই এইবাৰ সৰৱ হৈছে পাকিস্তান। জনাইছে, আন্তৰ্জাতিক আইন মানি তেহৰানৰ প্ৰতিৰক্ষাৰ অধিকাৰ আছে। এই...

আমেৰিকাৰ আক্ৰমণৰ পূৰ্বে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত ট্ৰাকৰ শাৰী! উপগ্ৰহৰ ছবি প্ৰকাশ, কাৰণ সন্দৰ্ভত জল্পনা-কল্পনা অব্যাহত

নানা জল্পনা-কল্পনাৰ মাজতে দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলাইছে আমেৰিকাই। তাৰ ভিতৰত ফ’ৰড’ৰ মাটিৰ তলৰ পৰমাণু কেন্দ্ৰৰ ৬টা...

ইৰাণৰ ৰাষ্ট্ৰপতিলৈ মোদীৰ ফোন, পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানলৈ ফোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰ বিয়লি ৩ বজাত সামাজিক মাধ্যমত এটা পোষ্ট কৰি মোদীয়ে জনাইছে যে, তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে...

ব্ৰাজিলৰ মাজ আকাশত হট এয়াৰ বেলুনত জুই! অগ্নিকাণ্ডত ৮ জন নিহত

ব্ৰাজিলৰ মাজ আকাশত হট এয়াৰ বেলুনত জুই লাগি ৮জনৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ১৩ জন। সংবাদ সংস্থা ৰয়টাৰ্ছৰ খবৰ অনুসৰি, শনিবাৰে দক্ষিণ ব্ৰাজিলৰ ছান্টা...

Popular