গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তি কমল বৰা, আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে ক্ষোভ পৰিয়ালৰ

নগাঁৱত ছাত্ৰনেতালৈ গুলীচালনা আৰক্ষীৰ। গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তি কমল বৰা। আৰক্ষীৰ এণ্টি নাৰ্কটিকছ স্কোৱাৰ্ডে গুলীয়ালে ছাত্ৰনেতাজনক। ভৰিত গুলী লগা ছাত্ৰনেতাজনক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ ভাষ্য মতে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল ছাত্ৰনেতাজনে। কিন্তু পৰিয়ালৰ অভিযোগ পৰিকল্পিতভাৱে আৰক্ষীয়ে কৰিছিল গুলীচালনা। আৰক্ষীয়ে চৰম গুণ্ডাগিৰি কৰাৰ অভিযোগত চিকিৎসালয় চৌহদত প্ৰতিবাদ। গুলী চলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী। ঘটনাক লৈ হাস্পতাল চৌহদত অব্যাহত উত্তেজনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ বানত ২৮৮ ভাৰতীয় নাগৰিক সন্ধানহীন, উদ্ধাৰ ২১ জন

নেপালৰ ৰাছুৱা জিলাত সংঘটিত ভয়ংকৰ বান আৰু ভূমিস্খলনৰ পাছত...

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...