বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰ!

  • বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰ
  • শুকুৰবাৰৰ পৰা আৰম্ভ হব শীতকালীন অলিম্পিক
  • উদ্বোধনী আৰু সামৰণি অনুষ্ঠানত উপস্থিত নাথাকে ভাৰতৰ ৰাষ্ট্ৰদূত
  • চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ যুৱকক হাৰশাস্তি কৰাৰ বাবে এই সিদ্ধান্ত
  • চুবুৰীয়া দেশখনৰ কাৰ্যত ক্ষুব্ধ হৈ কূটনৈতিক ভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত
  • বৈদেশিক মন্ত্ৰালয়ে জনালে এই সিদ্ধান্তৰ বিষয়ে
  • DD SPORTS চেনেলত সম্প্ৰচাৰ নহয় শীতকালীন অলিম্পিকৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠান
  • প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী শশী শেখৰ ভেম্পাতিয়ে জনালে এই কথা
  • চীনৰ বিৰুদ্ধে অলিম্পিকক ৰাজনীতিকৰণ কৰাৰ গুৰুতৰ অভিযোগ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...