নিৰ্বাচনৰ মাজতে ১৪ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান

CAAৰ অধীনত দেশত প্ৰথমবাৰলৈ বিদেশীক প্ৰদান নাগৰিকত্ব। নিৰ্বাচনৰ মাজতে ১৪ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান। CAAৰ অধীনত ভাৰতীয় নাগৰিকত্বৰ আবেদন কৰিছিল এই ১৪জনে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে ১৪ জন লোকক প্ৰদান কৰে নাগৰিকত্ব। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই আবেদনকাৰীক দিলে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ। দেশজুৰি CAAৰ ইছ্যুক লৈ বিৰোধী সৰব হৈ থকাৰ মাজতে চৰকাৰৰ বৃহৎ পদক্ষেপ। শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰত CAA বাতিল নহয় বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। প্ৰবল বিৰোধিতাৰ পিছতো ২০১৯ৰ ডিচেম্বৰত সংসদত গৃহীত হৈছিল CAA। ১১ মাৰ্চত দেশত বলৱৎ হৈছিল নাগৰিকত্ব সংশোধনী আইনৰ বিধি। অৱশেষত CAAৰ অধীনত নাগৰিত্ব প্ৰদানৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ।

NKTV Digital
Author: NKTV Digital

364 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...