ভাৰত : এদিনতে মৃত্যু হৈছে ২,৭৯৬ জন ক’ভিড আক্ৰান্তৰ

দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডত মৃত্যুৰ সংখ্যা। এদিনতে মৃত্যু হৈছে ২,৭৯৬ জন ক’ভিড আক্ৰান্তৰ। দেশত অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা ২১ জনলৈ বৃদ্ধি। পুনেত নতুনকৈ ৭জনৰ দেহত ধৰা পৰিছে অ’মিক্ৰন ভেৰিয়েণ্ট। ৰাজস্থানৰ জয়পুৰত ৯জন নতুনকৈ অ’মিক্ৰনত আক্ৰান্ত। বৰ্তমানলৈকে দিল্লী, গুজৰাট, ৰাজস্থান, কৰ্ণাটক, মহাৰাষ্ট্ৰলৈ বিয়পিছে অ’মিক্ৰন। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ৮,৮৯৫জন। বিহাৰত ভয়াৱহ হৈ পৰিছে ক’ভিড পৰিস্থিতি। এদিনতে ৰাজ্যখনত ক’ভিডত মৃত্যু ২,৪২৬জনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...