ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়

ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়। ২ উইকেটত জয় লাভ সূৰ্য কুমাৰ যাদৱ বাহিনীৰ। ১৯.২ অভাৰত ৮ উইকেট হেৰুৱাই জয় সাব্যস্ত ভাৰতৰ । চেন্নাইত অনুষ্ঠিত মেচখনত প্ৰথমে বেট ধৰে ইংলেণ্ডে। ২০অভাৰত ৯ উইকেটত ১৬৫ৰান সংগ্ৰহ ইংলেণ্ডৰ। অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীৰ ২টাকৈ উইকেট দখল। প্ৰত্যুত্তৰত তিলক বাৰ্মাৰ অপৰাজিত ৭২ ৰানেৰে জয়ী ভাৰত । ভাৰতৰ আন সকলো টপ অৰ্ডাৰ বেটছমেন ব্যৰ্থ হয় খেলখনত। ৫খনীয়া T20ত ২-০ৰ অগ্ৰগতি ভাৰতৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...