২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ আগমন ৩.২৭ লাখ পৰ্যটকৰ

অভিলেখসংখ্যক পৰ্যটকে ভ্ৰমণ কৰিলে কাজিৰঙা

২০২৩-২৪ বিত্তীয়বৰ্ষত ৰাজহ সংগ্ৰহ ৮,৮১,৮৪,১৬১ টকা

২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ আগমণ ৩.২৭ লাখ পৰ্যটকৰ

এশিঙীয়া গঁড়ৰ লগতে জীৱ-জন্তুৰ ৰম্যভূমি কাজিৰঙা

২০২৩-২৪ বিত্তীয় বৰ্ষত ৩,১৩,৫৭৪ গৰাকী দেশী পৰ্যটকৰ কাজিৰঙা ভ্ৰমণ

১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক আহিল ২০২৩-২৪ বিত্তীয় বৰ্ষত

মুঠ ৩,২৭,৪৯৩ গৰাকী পৰ্যটকৰ আগমন কাজিৰঙালৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হিমাশ্ৰী বড়োৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী; ন্যায়ৰ স্বাৰ্থত অন্ধ্ৰপ্ৰদেশলৈ আৰক্ষী বিষয়া প্ৰেৰণ

হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত...