উৎকণ্ঠাৰ অৱসান ঘটিল। আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। পুৱা ১০.৩০ বজাত ৱেৱছাইটযোগে লাভ কৰিব ফলাফল। সামাজিক মাধ্যমযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।