আৰক্ষী পৰিদৰ্শক অনুপম গোৱালাই ল’লে চৰম সিদ্ধান্ত

নিশা লাহোৱাল ৰংপুৰীয়াত ভয়ংকৰ ঘটনা। আৰক্ষী পৰিদৰ্শক অনুপম গোৱালাই ল’লে চৰম সিদ্ধান্ত।
নিজৰ ছাৰ্ভিচ পিষ্টলেৰে এই ঘটনা সংঘটিক কৰে গোৱালাই। নামৰূপত কৰ্মৰত আছিল অনুপম গোৱালা। নিহত অনুপমৰ ঘৰ যোৰহাটত। ডিব্ৰুগড় মদাৰখাট ৰংপুৰীয়াত আত্মহত্যা বিষয়াজনৰ। বিপুল গগৈ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত এই অঘটন। বিপুল গগৈৰ পত্নীৰ গাতো লাগে গুলি। প্রেমজনিত কাৰণত এই অঘটনৰ সন্দেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...