SPৰ চহী জাল কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

SPৰ চহী জাল কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান। গৃহৰক্ষী জোৱানজনৰ নাম চন্দ্ৰ বৰগোঁহাই। ঋণ লোৱাৰ বাবে SPৰ চহী জাল কৰিছিল চন্দ্ৰ বৰগোহাঁয়ে। গুৱাহাটীৰ চিটী চেন্টাৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ চন্দ্ৰ বৰগোঁহাইক। বৰ্তমান শদিয়া থানালৈ লৈ যোৱা হৈছে চন্দ্ৰ বৰগোঁহাইক। শদিয়াৰ আৰক্ষী অধীক্ষকৰ চহী জাল কৰিছিল গৃহৰক্ষী জোৱানজনে ।মৃণাল ডেকা আছিল শদিয়াৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত। মৃণাল ডেকা বৰ্তমান DCP হিচাপে কৰ্মৰত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...