ৰাজধানী দিল্লীত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

ৰাজধানী দিল্লীত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ।

ধাৰাসাৰ বৰষুণে ব্যাহত কৰিছে জনজীৱন।

যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে বিমান চলাচলতো ব্যাঘাত।

মিণ্টো ৰোড, মোতিবাগ আদি অঞ্চলত কৃত্ৰিম বান।

বিমান বন্দৰৰ টাৰ্মিনেলতো কৃত্ৰিম বান। বহুকেইখন বিমানৰ চলাচল বিলম্ব আৰু বাতিল।

বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে দিল্লীত জাৰি কৰে ৰেড এলাৰ্ট। কৃত্ৰিম বানত আবদ্ধ হৈ কেইবাখনো যান–বাহন বিকল। আগন্তুক ২৪ ঘণ্টা ধৰি দিল্লীত অব্যাহত থাকিব বৰষুণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...