গুৱাহাটী

অংগনৱাড়ী, আশা কৰ্মী, আত্মসহায়ক গোটৰ সদস্যা, ANM, শিপিনী, গাহৰি, মুৰ্গীপালকলৈ ‘অসম গৌৰৱ’ সন্মান

প্ৰণৱ চেতিয়া আপোনাক অনুপ্ৰাণিত কৰিব পৰা একো একোটা জীৱন্ত কাহিনী। অংগনৱাড়ী, আশা কৰ্মী, আত্মসহায়ক গোটৰ সদস্যা, ANM, শিপিনী, গাহৰি আৰু মুৰ্গীপালক, পৰিৱেশবিদ, কৃষি ব্যৱসায়ীলৈ...

APSCৰ পৰা ভাষা বিষয়ৰ পৰীক্ষা প্ৰত্যাহাৰৰ সিদ্ধান্ত

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে মুঠ ১৪টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই সংবাদমেল যোগে এই সিদ্ধান্তসমূহ সদৰি কৰিছে।...

ক’ভিড ভেকচিন লোৱা নাই নেকি? ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ হাৰ ৮২.৯%

GMCHৰ সমীক্ষাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। ক’ভিড ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ হাৰ চিন্তনীয়ভাৱে বৃদ্ধি ৮২.৯ শতাংশলৈ। চলিত বৰ্ষৰ এপ্রিল মাহৰ পৰা GMCHত ভৰ্তি হোৱা...

অসম-মেঘালয় সীমান্ত পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে ৰাইজৰে মত-বিনিময় মন্ত্ৰী হাজৰিকাৰ অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু...

মন গ’লেই অসম-উত্তৰ পূৱ ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকাৰ নাগৰিকে; সৱিশেষ পঢ়ক…

অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্রমণৰ ক্ষেত্রত আমেৰিকাৰ বিষয়া-কৰ্মচাৰীক সতৰ্কবাণীকলকাতাত থকা দেশখনৰ কন্সুলেট জেনেৰেলৰ অনুমতি লৈহে ভ্রমণৰ পৰামৰ্শনিৰাপত্তাজনিত কাৰণতে এনে সতৰ্কবাণী আমেৰিকাৰকাশ্মীৰ ভ্রমণ নকৰিবলৈও নাগৰিকক সতৰ্কবাণীভাৰত-পাকিস্তান...

Popular