জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তক লৈ জটিলতা

জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তক লৈ জটিলতা।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাইলৈ দিল্লীলৈ যাব DGP জিপি সিং।
CBI সঞ্চালকৰ সৈতে জোনমণিৰ ঘটনা সন্দৰ্ভত কৰিব আলোচনা।
গুৱাহাটীত এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ ।
জোনমণি কাণ্ডৰ তদন্ত CBIক দিবলৈ ইতিমধ্যেই কেন্দ্ৰক প্ৰস্তাৱ দিছে ৰাজ্য চৰকাৰে।
কিন্তু তদন্তৰ দায়িত্ব CBI-য়ে এতিয়াও আনুষ্ঠানিকভাবে লোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...