ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জা কেন্দ্ৰৰ

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জা
এয়াৰ ইণ্ডিয়া বিমানেৰে কেইদিনমানৰ ভিতৰতে ওভতাই অনা হ’ব
ওভতনি যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত চৰকাৰে
প্রথমে ছাত্র-ছাত্রীসকলক অনাৰ পৰিকল্পনা কৰিছে কেন্দ্রই
ৰোমানিয়া আৰু হাংগেৰী সীমান্তলৈ নিজে গাড়ীৰে আহিব লাগিব
গাড়ীত ডাঙৰকৈ ভাৰতৰ পতাকা আঁৰি ৰাখিবলৈ আহ্বান


পাছপ’ৰ্ট আৰু আমেৰিকান ডলাৰ লগত ৰাখিবলৈ আহ্বান
ক’ভিড নিগেটিভ চাৰ্টিফিকেটো লগত ৰাখিবলৈ আহ্বান
শীঘ্রে মুকলি কৰিব ৰোমানিয়া-হাংগেৰীৰ সীমান্ত চকীৰ হেল্পলাইন
শৃংখলাবদ্ধভাৱে আৰু সতৰ্কতাৰে আগবাঢ়ি আহিবলৈ আহ্বান
হাংগেৰীৰ উজহৰড সীমান্তত বিশেষ ব্যৱস্থা
ৰোমানিয়াৰ চাৰ্নিভিষ্টি সীমান্ত চকীতো বিশেষ ব্যৱস্থা
বিদেশ মন্ত্র্যালয়ে নিৰ্দেশ দিয়াৰ পিছতহে যাত্রা কৰাৰ আহ্বান
শীঘ্রে চৰকাৰে স্থাপন কৰিব কন্ট্র’ল ৰূম
ইউক্রেইনৰ পশ্চিম সীমান্তত আছে ৰোমানিয়া আৰু হাংগেৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...