ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জা কেন্দ্ৰৰ

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জা
এয়াৰ ইণ্ডিয়া বিমানেৰে কেইদিনমানৰ ভিতৰতে ওভতাই অনা হ’ব
ওভতনি যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত চৰকাৰে
প্রথমে ছাত্র-ছাত্রীসকলক অনাৰ পৰিকল্পনা কৰিছে কেন্দ্রই
ৰোমানিয়া আৰু হাংগেৰী সীমান্তলৈ নিজে গাড়ীৰে আহিব লাগিব
গাড়ীত ডাঙৰকৈ ভাৰতৰ পতাকা আঁৰি ৰাখিবলৈ আহ্বান


পাছপ’ৰ্ট আৰু আমেৰিকান ডলাৰ লগত ৰাখিবলৈ আহ্বান
ক’ভিড নিগেটিভ চাৰ্টিফিকেটো লগত ৰাখিবলৈ আহ্বান
শীঘ্রে মুকলি কৰিব ৰোমানিয়া-হাংগেৰীৰ সীমান্ত চকীৰ হেল্পলাইন
শৃংখলাবদ্ধভাৱে আৰু সতৰ্কতাৰে আগবাঢ়ি আহিবলৈ আহ্বান
হাংগেৰীৰ উজহৰড সীমান্তত বিশেষ ব্যৱস্থা
ৰোমানিয়াৰ চাৰ্নিভিষ্টি সীমান্ত চকীতো বিশেষ ব্যৱস্থা
বিদেশ মন্ত্র্যালয়ে নিৰ্দেশ দিয়াৰ পিছতহে যাত্রা কৰাৰ আহ্বান
শীঘ্রে চৰকাৰে স্থাপন কৰিব কন্ট্র’ল ৰূম
ইউক্রেইনৰ পশ্চিম সীমান্তত আছে ৰোমানিয়া আৰু হাংগেৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...