এটা পৰিয়ালৰ ৪ সদস্যৰ আত্মহত্যাৰ চেষ্টা!

এটা পৰিয়ালৰ ৪ সদস্যৰ আত্মহত্যাৰ চেষ্টা। নলবাৰীত বিহ পান কৰি আত্মহত্যাৰ চেষ্টা চাৰিওজনৰ। নলবাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ পিছত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ চাৰিওজনকে।

পৰিয়ালটোৰ সদস্য কেইজন হ’ল শ্যামন্ত ৰাজবংশী, মাইনা ৰাজবংশী, বিকাশ ৰাজবংশী আৰু প্ৰণীতা ৰাজবংশী। পৰিয়ালকেন্দ্ৰিক বিবাদৰ পৰিণতিতে সংঘটিত হয় এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...