গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

গুৱাহাটী মহানগৰীৰ মেগজিনত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। ব্যৱসায়ী বাপন নামৰ এজন লোকে গুলীয়াই ছাদ্দাম নামৰ এজনক। সংকটজনক অৱস্থাত ছাদ্দামক ভৰ্তি কৰোৱা হৈছে প্ৰতীক্ষা হাস্পতালত। পূৰ্বৰে পৰা দুয়োৰে মাজত চলি আছিল সংঘাত। মঙলবাৰে জোনাকীনগৰত হঠাতে তৰ্কত লিপ্ত হয় দুয়ো। তৰ্কৰ মাজতে বাপনে পকেটত থকা পিষ্টলটো উলিয়াই গুলীয়াই ছাদ্দামক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...