ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী। NSUIৰ ৰাষ্ট্ৰীয় সম্পাদকে মহাৰাষ্ট্ৰত তৰিছে গোচৰ। ৰাষ্ট্ৰীয় সম্পাদক ৰোচন লাল বিট্টুৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। উত্তৰাখণ্ডত ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগ। ৰাজীৱ গান্ধীৰ পুত্ৰ ৰাহুল গান্ধী হয় নে নহয় সেয়া প্ৰমাণ বিচাৰিছো নেকি বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।

উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ছাৰ্জিকেল ষ্ট্ৰাইক, ভাৰতত প্ৰস্তুত কৰা ক’ভিড ভেকচিনক লৈ প্ৰশ্ন উত্থাপন কৰা কংগ্ৰেছক সমালোচনা কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰিছিল এই মন্তব্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...