গ্ৰেপ্তাৰ হ’ব নেকি দৌৰৰাণী পি টি উষা?

ভাৰতৰ দৌৰৰাণী খ্যাত অলিম্পিয়ান এথলীট পি টি উষা আৰু আন ৬ জনৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে। কেৰালাৰ কোজিকোড আৰক্ষীয়ে ভাৰতৰ ‘গোল্ডেন গাৰ্ল’খ্যাত পি টি উষা আৰু আন ৬জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 420 (প্ৰৱঞ্চনা আৰু অসততা)ৰ অধীনত গোচৰ ৰুজু কৰিছে। প্ৰাক্তন এথলীট জেমাইমা জোছেফৰ অভিযোগৰ ভিত্তিত গোচৰটো পঞ্জীয়ন কৰা হৈছে।


আৰক্ষীয়ে সদৰি কৰা মতে প্ৰাক্তন এথলীট জেমাইমা যোছেফে অভিযোগ কৰিছে যে এজন নিৰ্মাতাক ১০১২ বৰ্গ ফুট ফ্লেটৰ বাবে কেইবাটাও কিস্তিত ৪৬ লাখ টকা জমা কৰিছিল। কিন্তু আজিলৈকে নিৰ্মাতাই ফ্লেটটো হস্তান্তৰ কৰা নাই। যোচেফে পি টি ঊষাৰ কথামতেহে নিৰ্মাতাক পৰিশোধ কৰিছিল ধনৰাশি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...