গোলাঘাট উপস্থিত কাজিৰঙা সমষ্টিৰ ECIৰ ব্যয় পৰ্যবেক্ষক

২০ মাৰ্চত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১০ নং কাজিৰঙা সমষ্টিত ব্যয় পৰ্য্যবেক্ষক ( Expenditure Observer) লক্ষ্মণ সিং গুৰজাৰ, আই. আৰ. এচ. ( Laxman Singh Gurjar, IRS) গোলাঘাট নিৰ্বাচনী জিলাত উপস্থিত হয়। ২১ মাৰ্চত ব্যয় পৰ্য্যবেক্ষক গৰাকীয়ে গোলাঘাট নিৰ্বাচনী জিলাৰ নিৰ্দিষ্ট নিৰ্বাচনী কোষ সমূহ পৰিদৰ্শন কৰে আৰু জিলা নিৰ্বাচনী বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়া সমূহৰ লগত আলোচনাত মিলিত হয়। তেখেতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা, স্বচ্ছ আৰু সুচাৰু ৰূপে চলাবৰ বাবে আহ্বান জনায় আৰু এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে।

নিৰ্বাচন সম্বন্ধীয় যিকোনো তথ্যৰ বাবে তলত উল্লেখ কৰা নম্বৰত ৰাইজে যোগাযোগ কৰিব পাৰিব।

ব্যয় পৰ্য্যবেক্ষকৰ কাৰ্য্যালয়, আৱৰ্ত ভৱন, গোলাঘাট
দুৰভাষঃ ৯১০১১২১৬৭১

নিয়ন্ত্ৰণ কক্ষঃ ০৩৭৭৪২৮৩২৮২

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...