অনুপ চেতিয়াৰ জিয়ৰী এতিয়া বাংলাদেশৰ বোৱাৰী!
দৰা কোন জানেনে?

  • বাংলাদেশী যুৱকৰে আলফা নেতাৰ কন্যাৰ বিয়া
  • অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাৰ বিয়াক লৈ চৰ্চা
  • দৰা-কইনাৰ ইচ্ছাৰ সপক্ষে সন্মতি পিতৃ অনুপ চেতিয়াৰ
  • চাবুৱাৰ জেৰাইত বিবাহৰ পূৰ্বৰ মাংগলিক কাৰ্য সম্পন্ন
  • দৰা অষ্ট্ৰেলিয়া নিবাসী বাংলাদেশী যুৱক অনিৰ্বাণ চৌধুৰী
  • বাংলাদেশৰ ধানমণ্ডিৰ মাষ্টাৰমাইণ্ড আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত চিনাকি দুয়োৰে
  • ৩০ ছেপ্টেম্বৰত সম্পন্ন হয় ন-পুৰুষৰ সকাম
  • ১ অক্টোবৰত পৰম্পৰাগতভাৱে বিয়া তোলে মহিলাসকলে
  • ২ অক্টোবৰত চেতিয়াৰ বাসগৃহত স্থানীয় ৰাইজক অভ্যৰ্থনা
  • ২৫ নৱেম্বৰত মেলবৰ্ণত আনুষ্ঠানিকভাৱে সম্পন্ন হ’ব বিবাহ
  • ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চাবুৱাত সামাজিক নীতি-নিয়ম সম্পন্ন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...