ৰথ যাত্ৰালৈ সজাই পৰাই লোৱা হাতীয়ে ধৰিলে ৰুদ্ৰৰূপ

আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ৰথ যাত্ৰা। দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৰথ যাত্ৰা। কিন্তু তাৰ মাজতে ৰথ যাত্ৰাত সংঘটিত হৈছে এক অঘটন। ৰথ যাত্ৰালৈ অনা হাতীয়ে চলালে তাণ্ডৱ। নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’ল ৰথ যাত্ৰাৰ বাবে সজাই পৰাই লোৱা ৩টাকৈ হাতী। মানুহৰ সমাগমৰ মাজতে ৰুদ্ৰমূৰ্তি ধৰে হাতীকেইটাই। হাতীৰ ৰূপ দেখি প্ৰাণ বচাবলৈ ছত্ৰভংগ দিলে ভক্তই। কেইবাজনো ভক্ত আহত হ’ল এই ঘটনাত। গুজৰাটৰ আহমেদাবাদত ৰথ যাত্ৰাত ঘটিল এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ৬নম্বৰ খেলুৱৈক হৰুৱাই ইতিহাস অনাহত সিঙৰ, এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছ ২০২৬ত ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে দেখুৱালে...

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ শেষ বিশ্বকাপ হ’ব: বিৰাট কোহলী

২০২৭ৰ ODI বিশ্বকাপেই ভাৰতৰ হৈ তেওঁৰ অন্তিম বিশ্বকাপ হ’ব...

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...