শোকাৱহ! ব্ৰইলাৰ আনিবলৈ যাওঁতেই মৃত্যু ঘটিল প্ৰদীপ বড়োৰ

শোকাৱহ! ব্ৰইলাৰ আনিবলৈ যাওঁতেই মৃত্যু ঘটিল প্ৰদীপ বড়োৰ। গোৰেশ্বৰৰ গাছবাৰী গণকঝাৰত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু। এখন ফাৰ্মৰ পৰা ব্ৰইলাৰ আনিবলৈ যাওঁতেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু ঘটে লোকজনৰ। মৃত লোকজনৰ নাম প্ৰদীপ বড়ো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...