মূল্যায়ন কেলেংকাৰিক লৈ মুখ খুলিলে শিক্ষামন্ত্ৰীয়ে

গুৱাহাটী, ২০ জুলাই, NKTV: অৱশেষত মূল্যায়ন কেলেংকাৰিক লৈ মুখ খুলিলে শিক্ষামন্ত্ৰীয়ে। এই কেলেংকাৰিক লৈ বিভাগীয় তদন্ত ঘোষণা শিক্ষামন্ত্ৰীৰ। শিক্ষা সচিব ধ্ৰুৱজ্যোতি দাসক তদন্তৰ দায়িত্ব। তদন্ত হ’ব মাধৱ ডেকা, ফুলপাহী নাথ, প্ৰশান্ত দাসৰ বিৰুদ্ধে। মূল্যায়ন কেলেংকাৰিৰ সৈতে সাঙোৰ খাইছিল এওঁলোকৰ নাম। বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকাৰ পদোন্নতিক লৈয়ো প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ।
‘মাধৱ ডেকাক পদোন্নতি নহয়, বদলিহে কৰা হৈছে’
বিভাগৰ নিৰীক্ষণত থাকিব বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...