সাৰদাৰ অসমত থকা ৬.২৮ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

  • সাৰদা কোম্পানীৰ বিৰুদ্ধে EDৰ অভিযান।
  • সাৰদা গ্ৰুপৰ অসমস্থিত ৬.২৮ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত।
  • সাধাৰণ লোকক প্ৰলোভনেৰে অবৈধ ব্যৱসায়ৰ অভিযোগ সাৰদাৰ বিৰুদ্ধে।
  • PMLAৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত সম্পত্তি বাজেয়াপ্ত সাৰদাৰ।
  • বিভিন্ন কোম্পানীৰ নামত পূঁজি বিনিয়োগ কৰাৰ অভিযোগ সাৰদাৰ বিৰুদ্ধে।
  • বৰ্তমানলৈকে সাৰদাৰ বিৰুদ্ধে ৪১.৪৬ কোটি টকাৰ অবৈধ ব্যৱসায়ৰ অভিযোগ।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...