৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১। চেন্ট্ৰেল আমেৰিকাৰ দেশ গোৱাটেমালাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। কেৱল গোৱাটেমালাতে নহয়, পৰ্টুগালতো ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পটোৰো ৰিখটাৰ স্কেলত প্ৰাবল্য ৬.১। ভূমিকম্পৰ অভিকেন্দ্ৰ মেদেইৰা দ্বীপ। ভূগৰ্ভৰ পৰা ৩০ কিঃমিঃ গভীৰতাত অভিকেন্দ্ৰ। জানুৱাৰী মাহত উঃ-পূব ভাৰততো অনুভূত হৈছিল জোকাৰণি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...

আজি সুধাকণ্ঠৰ জন্মদিন, অসমে সোঁৱৰিছে মহান শিল্পীক

আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিশেষ দিন। সুধাকণ্ঠ...