৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১। চেন্ট্ৰেল আমেৰিকাৰ দেশ গোৱাটেমালাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। কেৱল গোৱাটেমালাতে নহয়, পৰ্টুগালতো ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পটোৰো ৰিখটাৰ স্কেলত প্ৰাবল্য ৬.১। ভূমিকম্পৰ অভিকেন্দ্ৰ মেদেইৰা দ্বীপ। ভূগৰ্ভৰ পৰা ৩০ কিঃমিঃ গভীৰতাত অভিকেন্দ্ৰ। জানুৱাৰী মাহত উঃ-পূব ভাৰততো অনুভূত হৈছিল জোকাৰণি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

১ মাৰ্চৰ পৰা উপলব্ধ হ’ব গুৱাহাটীৰ RR vs CSKৰ IPL মেচৰ টিকট

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা...

অসম সাহিত্য সভাৰ “সেতু বন্ধ“ কাৰ্যসূচী

অসম আৰু অৰুণাচলে সাহিত্য-সংস্কৃতিৰে সমন্বয়ৰ সাঁকো গঢ়িছে অৰুণাচল প্ৰদেশৰ 'ন্যুকুম...

চিলনী চোৰৰ তাণ্ডৱ, দিনৰ পোহৰতে আক্ৰমণ কৰিলে আৰক্ষী জোৱানক

ধুবুৰীত চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতেই এজন আৰক্ষী জোৱানক...