মাজনিশা ভূমিকম্পই জোকাৰি গ’ল অসম

মাজনিশা ভূমিকম্পই জোকাৰি গ’ল অসম। নিশা ১বাজি ৫৫ মিনিটত অনুভূত জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...